Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Monday, August 27, 2018

KI HABO EI JIBON | ZUBEEN GARG | NAVANITA SARMAH | ASSAMESE SONGS LYRICS

Song:- KI HABO EI JIBAN
Album:- MAHABIR (Hangul Theater 2018-19)
Singer:- ZUBEEN GARG & NAVANITA SHARMA

কি হ'ব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিৱ সপোন
কি ৰৱ মোৰ বাবে তুমি নহলে
কোন হ'ব এই বুকুৰ আপোন
ৰং বিহিন হৈ ৰৱ আশা বোৰ হিয়াৰে
অৰ্থহিন লাগে সকলো
কি হ'ব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিৱ সপোন


উকা উদাস লাগে তুমি ন'হলে
নাযাই সময় কাষত তুমি ন'হলে
ৰিঙা উচাস বুকুত তুমি ন'হলে
ইমান কাতৰ লাগে তুমি ন'হলে
কোনে বুজিৱ সচা এই আবেগ
চৌপাসে মোৰ তোমাৰ আবেগ
কি হ'ব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিৱ সপোন
কি ৰৱ মোৰ বাবে তুমি নহলে
কোন হ'ব এই বুকুৰ আপোন


জীয়াই থাকিম কিদৰে তুমি ন'হলে
কোনে দিৱ মৰম তুমি ন'হলে
ভালপোৱা বুকুৰে হেৰাব তুমি ন'হলে
শুকাই যাব মৰম তুমি ন'হলে
কোনে বুজিৱ সঁচা এই আবেগ
চৌপাসে মোৰ তোমাৰ আবেগ
কি হ'ব এই জীৱন তুমি নহলে
কাৰ বাবে ৰচিৱ সপোন
কি ৰৱ মোৰ বাবে তুমি নহলে
কোন হ'ব এই বুকুৰ আপোন

No comments:

Post a Comment