Song : Onole
Singer: Neel Akash
Album: Itihas Theater 2018-19
অনলে জ্বলোৱা
জীৱনৰে শাওন বাৰিষাত
আঘাতে শিৰুৱা
বুকুৰে মোৰ তেজাল ধুমুহা
বুকুৰে মনি মোৰ ভনী জনী
তাইৰ উশাহ মোৰ মায়াবিনী
সুখে দুখে লগৰী
প্ৰতি খোজৰ প্ৰভাতী
নাজানিলো নুবুজিলো
কতে কিনো ভূল হল
নাজানিলো নুবুজিলো
অমানিশা হল
নাজানিলো নুবুজিলো
কতে কিনো ভূল হল
নাজানিলো নুবুজিলো
অমানিশা হল
নদী বাঢ়ি মোৰ
চকু পানী হ'ল
মথাউৰি বোৰ চিঙি ভাঙি গ'ল
নদী বাঢ়ি মোৰ
চকু পানী হ'ল
মথাউৰি বোৰ চিঙি ভাঙি গ'ল
বুকুৰে মনি মোৰ ভনী জনী
তাইৰ উশাহ মোৰ মায়াবিনী
সুখে দুখে লগৰী
প্ৰতি খোজৰ প্ৰভাতী
No comments:
Post a Comment