Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Tuesday, August 28, 2018

SOKU JAE TORE SOKULOI | NEEL AKASH | RAJASHREE | HANGUL THEATER | ASSAMESE SONGS LYRICS



Song:- Saku Jae Tore Sakuloi
Singer:- Neel Akash & Rajashree
Album:- Hangul Theater (2017-18) 
চকু যায়

চকু যায় তোৰে চকুলৈ
অ'...



চকু যায় তোৰে চকুলৈ
মৰমতে ডুবি যাবলৈ
মনযায় তোকে ভালপাঁও বুলি
চিধা চিধি কৈ দিবলৈ
চকু যায় তোৰে চকুলৈ
মৰমতে ডুবি যাবলৈ
মনযায় তোকে ভালপাঁও বুলি
চিধা চিধি কৈ দিবলৈ
জালিকটা বেৰেদি তই
মনে মনে চাৱনো মোক
নাযাইনে মন হিয়াৰ কথা
খুলি কবলৈ
চকু যায় তোৰে চকুলৈ
মৰমতে ডুবি যাবলৈ
মনযায় তোকে ভালপাঁও বুলি
চিধা চিধি কৈ দিবলৈ



অ' যোৱাবেলিৰে কথা
লগালি কিনো এথা
নুগুচা হ'ল নোযোৱা হ'ল
দেহৰ পৰা মোৰ ঐ



অ' খিলি মাৰি ৰাখিছিলি
সজোৰে নো হিয়াখনি
খুলি দিলো ময়ে আহি
কাষতে তোক পাবলৈ



জালিকটা বেৰেদি তই
মনে মনে চাৱনো মোক
নাযাইনে মন হিয়াৰ কথা
খুলি কবলৈ
চকু যায় তোৰে চকুলৈ
মৰমতে ডুবি যাবলৈ
মনযায় তোকে ভালপাঁও বুলি
চিধা চিধি কৈ দিবলৈ



' নৰিয়া লাগে দেহতে
তোকেনো জান ঐ দেখিলে

যাবলে মন দূৰণিলৈ
তিপতে লগতে লৈ
মনেটি মোৰে কপাহী
নৈ কানৰে খাগৰি
হালিছে ৰৈ জালিছে ৰৈ
তোৰে কথাকে কৈ



জালিকটা বেৰেদি তই
মনে মনে চাৱনো মোক
নাযাইনে মন হিয়াৰ কথা
খুলি কবলৈ



চকু যায় তোৰে চকুলৈ
মৰমতে ডুবি যাবলৈ
মনযায় তোকে ভালপাঁও বুলি
চিধা চিধি কৈ দিবলৈ



চকু যায় তোৰে চকুলৈ
মৰমতে ডুবি যাবলৈ
মনযায় তোকে ভালপাঁও বুলি
চিধা চিধি কৈ দিবলৈ
জালিকটা বেৰেদি তই
মনে মনে চাৱনো মোক
নাযাইনে মন হিয়াৰ কথা
খুলি কবলৈ
চকু যায় তোৰে চকুলৈ
মৰমতে ডুবি যাবলৈ
মনযায় তোকে ভালপাঁও বুলি
চিধা চিধি কৈ দিবলৈ

No comments:

Post a Comment