Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Wednesday, August 29, 2018

NOJONAKE NUBUJAKE NEEL AKASH ASSAMESE SONG LYRICS

Music : Bharat Saikia Lyrics : Jagrat Protim and Mrinmoy Tune : Neel Akash and Prandeep Mixed and Mastered : Ujjwal Arrong Recorded at STUDIO FUSION, MORAN

নজনাকে নুবুজাকে
পৰিলোঁ তোমাৰে প্ৰেমতে
চোৱা না পৰিলো তোমাৰ প্ৰেমতে
নভবাকে পগলা হৈ
বিচাৰো তোমাকে কাষতে
চোৱা না বিচাৰো তোমাকে কাষতে
নোৱাৰো থাকিবলে অকলে অকলে
গুচি যাম দূৰণিলে, তোমাকে নাপালে
নজনাকে  নুবুজাকে
পগলা হৈ বাৰে বাৰে

চকুতে চকু থৈ কিনো কথা কলা
পলকতে হিয়া খনি কাঢ়ি নিলা
মিচিকি হাঁহিটো মুকুতা সৰা
সপোনতো বাৰে বাৰে খেদি ফুৰা
এতিয়া তুমিযে মোৰ বুকুতে ওমলা
ভাবিলে বাঢ়ে মৰম এতুলা দুতুলা
নজনাকে  নুবুজাকে
পগলা হৈ বাৰে বাৰে

শুনা ,শুনা ,শুনানা
চোৱা চোৱা চোৱানা
কেনেকৈ নো মই বুজাও মই তোমাক
তুমি জানো বুজি পাবা
তুমি জানো ভাবি চাবা
তুমিয়ে যে মাথোঁ মোৰ জোনাক
সপোনৰে তুমি পখিলা,
অ..' অ'.. অ
অজানিতে চুমা আঁকি উৰি ফুৰা
নজনাকে  নুবুজাকে
পগলা হৈ বাৰে বাৰে
পৰিলোঁ তোমাৰে প্ৰেমতে
চোৱা না পৰিলোঁ তোমাৰে প্ৰেমতে
চোৱা না পৰিলোঁ তোমাৰে প্ৰেমতে

No comments:

Post a Comment