Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Friday, August 31, 2018

TUMARE HAHITE MOROM | RAKESH RIYAN | SIMI RANI | ASSAMESE SONG LYRICS

Song :- Tumar Hahite Morom
Singer:- Rakesh Riyan & Simi Rani

তোমাৰে হাঁহিতে মৰম
সৰগৰ সিপাৰত এটি মন
জোনাকী জোনাকী সপোন
তৰাৰে দেশতে এটি ক্ষন
তোমাৰে হাঁহিতে মৰম
সৰগৰ সিপাৰত এটি মন
জোনাকী জোনাকী সপোন
তৰাৰে দেশতে এটি ক্ষন
তুমি মন আকাশৰ
এটি জোন মৰমৰ
তুমি মন আকাশৰ
এটি জোন হেপাহৰ
তোমাৰে হাঁহিতে মৰম
সৰগৰ সিপাৰত এটি মন
জোনাকী জোনাকী সপোন
তৰাৰে দেশতে এটি ক্ষন
আশাবোৰে খুন্দিয়াই মাৰে
চেনেহেৰে মেৰিয়াই ধৰে
ও আশাবোৰে খুন্দিয়াই মাৰে
চেনেহেৰে মেৰিয়াই ধৰে
ও তুমি দিয়া মৰম মাতে
মায়া সানি মোৰ দুচকুতে
বহু সপোন সিচি দিলে
বহু সপোন সিচি দিলে
তোমাৰে হাঁহিতে মৰম
সৰগৰ সিপাৰত এটি মন
জোনাকী জোনাকী সপোন
তৰাৰে দেশতে এটি ক্ষন
এচেৰেঙা ৰদ কলিজাতে
উপচি পৰে বৰ হেপাহেৰে
ও ও এচেৰেঙা ৰদ কলিজাতে
উপচি পৰে বৰ হেপাহেৰে
ও উমলিব মোৰো মন আছে
সাত ৰঙিন চেনেহতে
দুলি দুলি আবেগতে
ও দুলি দুলি আবেগতে
তোমাৰে হাঁহিতে মৰম
সৰগৰ সিপাৰত এটি মন
জোনাকী জোনাকী সপোন
তৰাৰে দেশতে এটি ক্ষন

No comments:

Post a Comment