Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Saturday, September 22, 2018

SUI DIYANA | DEEPLINA DEKA | ASSAMESE SONG LYRICS


Song: Sui Diana
Singer: Deeplina Deka

চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই ৰোৱানা মোক কাষৰে পৰা
কলিজা শিতল পৰিব
গধুলিকে তোমাৰেনো কবিতাবোৰ
ভূপালি ৰাগহৈ সৰিব
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই ৰোৱানা মোক কাষৰে পৰা
কলিজা শিতল পৰিব



বাৰে বাৰেনো লাগি ধৰিছে 
ওঠতে তোমাৰে তোমাৰে নাম
ৰ‍'দে হাহিছে ৰ'দালি নামিছে 
মৰমতে তাতে কিয় ইমান
জোৰকে বৈ আহে পুবালি বতাহ
লৈ যাব মোক 
তোমাৰে কাষলে মোৰেনো সাধনা
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব



জাগি জাগিনো ৰৈ থাকিমে 
তুমি নহলে যেন নহয় যে পুৱা
বাচি বাচিনো সপনো দেখো মই
মায়াৰে কৰেং তুমি সজোৱা
জোৰকে বৈ আহে পুবালি বতাহ
লৈ যাব মোক 
তোমাৰে কাষলে মোৰেনো সাধনা
চুই দিয়ানা মোক আহি এবাৰ
আপোন আপোন লাগিব
চাই ৰোৱানা মোক কাষৰে পৰা
কলিজা শিতল পৰিব
গধুলিকে তোমাৰেনো কবিতাবোৰ
ভূপালি ৰাগহৈ সৰিব

1 comment:

  1. Deeplina Deka is an Assamese multi-talented actress and singer.

    Being a fan of her this article helps a lot to know more about her. Thanks for sharing this article ❤️

    ReplyDelete