Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Saturday, December 15, 2018

TUMI TUMI | ACHURJYA BORPATRA | ASSAMESE SONG LYRICS

Song: TUMI TUMI
Singer: Achurjya Borpatra
Lyrics: Achurjya & Arshad

তুমি তুমি তুমি লগা
প্ৰতিটো আবেলি
তুমি তুমি তুমি লগা
প্ৰতিটো ধেমালি
বুজা নুবুজা এটি
প্ৰেমৰে ৰাগিনি
সাধু সাধু সাধু লগা
প্ৰতিটো কাহিনি
সুৰ তুমি আকাশৰ
সুৰ তুমি হেঁপাহৰ
সুৰ যাযাবৰী জীৱনৰ
আকাশ ৰাঙলি
হেঙুলি আবেলি
লাহে লাহে বাঢ়ে এই প্ৰলয়
তুমি তুমি তুমি লগা
প্ৰতিটো আবেলি
তুমি তুমি তুমি লগা
প্ৰতিটো ধেমালি
বুজা নুবুজা এটা
প্ৰেমৰে ৰাগিনি
সাধু সাধু সাধু লগা
প্ৰতিটো কাহিনি


ৰ'দালি আহে তোমাৰে বাবে
শুকুলা মেঘৰ কথা কবলে
সন্ধিয়া নামে তোমাৰে বাবে
হেঁঙুলি আকাশৰ বতৰা দিৱলে
সাৱতি ৰাখিছো হৃদয়ৰ সীমনাত
তোমাৰে অলেখ মৰম
ফাগুনি বতাহে কানে কানে সোধে
বাউলি এই কাৰ মৰম
সুৰ তুমি আকাশৰ
সুৰ তুমি হেঁপাহৰ
সুৰ যাযাবৰী জীৱনৰ
আকাশ ৰাঙলি
হেঙুলি আবেলি
লাহে লাহে বাঢ়ে এই প্ৰলয়
তুমি তুমি তুমি লগা
প্ৰতিটো আবেলি
তুমি তুমি লগা
প্ৰতিটো ধেমালি
বুজা নুবুজা এটি প্ৰেমৰে ৰাগিনি
সাধু সাধু সাধু লগা
প্ৰতিটো ধেমালি

No comments:

Post a Comment