Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Saturday, December 15, 2018

NIJANOT | Zubeen Garg | 2018 | Assamese Song Lyrics

Song: Nijanot 
Singer: Zubeen Garg
Lyrics: Pankaj Chutia

মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা
স্মৃতিবোৰে যদি প্ৰশ্ন কৰে
পাৰিবানে উত্তৰ লিখিবলে
তুমি কিয় এনে কৰিলা
এৰা সুতি দি এৰিলা
মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবি তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা


যাবৰে সময়ত একোকে নকোলা
কিদৰে থাকিম নাভাবিলা
যাবৰে সময়ত উভতি নাচালা
কিদৰে পাহৰিম নুবুজিলা
নপৰেনে মনতে আতৰি দূৰে দূৰে
চকুলো বাগৰেনে দুগালেৰে
মোলৈ মনত পৰিলে এএই
তুমি নিজানত বহিলে


মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিয়ে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা


গোলাপৰে পুলি তুমিএ তো ৰুলা
কলিতি মেলতে চিঙি দিলা
শুখে দুখে থাকিম  তুমি কথা দিলা
চিনাকি নহওতেই আতৰিলা
নপৰেনে মনতে আতৰি দূৰে দূৰে
চকুলো বাগৰেনে দুগালেৰে
মোলৈ মনত পৰিলে এএই
তুমি নিজানত বহিলে
মোৰ কথাই আমনি কৰেনে
তুমি যেতিয়া নিজানত বহা
মোৰ ছবিযে তোলা দিয়েনে
তুমি যেতিয়া মোৰ কথা ভাবা

No comments:

Post a Comment