Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Tuesday, January 07, 2020

Ishwar Oi | Neel Akash | Bihuwan | Assamese Songs Lyrics | 2020


বগী বগী ছোৱালী
 হাঁই ঐ হাঁই 
মিছিকি হাঁহিৰে 
খুলি খুলি খাই
মৰম লগাই আছিলা
মোলৈ চাই
দিছা নিকি
বুকুতে ঠাই


বগী বগী ছোৱালী
হাঁই ঐ হাঁই
মিছিকি হাঁহিৰে
খুলি খুলি খাই
মৰম লগাই আছিলা
মোলৈ চাই
দিছা নিকি
বুকুতে ঠাই
এ মইনা 
লাগে যদি কোৱানা
গঢ়াই দিম মই গহনা
আৰু যদি লাগেনো দিম
মোৰে কোমল কলিজা
হাঁই ঐ ঈশ্বৰ ঐ
এনোৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে
হাঁই ঐ ঈশ্বৰ ঐ
এনোৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে


জান ঐ এধানি এধানি
কৰিলা হিয়া খনি
কলৈ যাং কি কৰোং লাগে
বুকুখন চপৰা চপৰে
খহিছে যেনে কৰি 
বেছি দিন নাথাকিম চাগে
এ মনইা তাকে ভাবি চোৱানা
মনৰ যিহে যাতনা
আধাতেই নাভাঙিবা দেই
মোৰে কোমল কলিজা
হাঁই ঐ ঈশ্বৰ ঐ
এনোৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে

আই ক'লা ক'লা
জানৈ পিতাই ক'লা ক'লা
জানৈ মই ধুৱাচাঙৰ
মই ধুৱাঁচাঙৰ গঢ়
কৰোবাত কেনেবাকে
জানৈ দেখি পাব লাগিলে
জানৈ ভালুক বুলি নিদিবা
ভালুক বুলি নিদিবা লৰ
এ মইনা লাগে যদি কোৱানা
গঢ়াই দিম মই গহনা
আৰু যদি লাগেনো দিম
মোৰে কোমল কলিজা
হাঁই ঐ ঈশ্বৰ ঐ
এনোৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে
হাঁই ঐ ঈশ্বৰ ঐ
এনোৱা মৰমে
হাঁই ঐ ঈশ্বৰ ঐ
পগলা কৰিলে ৷

1 comment: