Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Wednesday, December 26, 2018

ATIYA KI KARU | MONTUMONI SAIKIA | GOGONA VOL-5 | ASSAMESE SONGS LYRICS


Song: Atiya Ki karu
Singer: Montumoni Saikia
Lyrics & Tune : Mithuraj Bora & Montumoni Saikia

চিলিমিলি টোপনিতে 
তোমাক দেখো সপোনতে
তোমাক দেখো সপোনতে
তুমি বুলি গাৰুতিকে সাৱতি ধৰো
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি হলো পৰি গলো
ও চাৰি আলিৰ কেকুৰিতে
তোমাক দেখো দুপৰতে
তোমাক দেখো দুপৰতে
ৰহ লাগি চাই থৰ লাগি পৰো
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি গলো পৰি গলো


ঐ জান ঐ নাইএ মোৰ চাকৰি
ঐ জান ঐ কৰো খেতি-বাতি
ঐ জান ঐ দেহা জান ঐ
নাইএ সাচতিয়া নাইএ সাচতিয়া ধন
ঐ জান ঐ তাকে ভাবি ভাবি
ঐ জান ঐ কতাও উজাগৰি
ঐ জান ঐ দেহা জান ঐ
তোমাকে পাবৰে তোমাকে পাবৰে মন
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি গলো পৰি গলো
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি গলো পৰি গলো


ও মন ভাৱনাৰে আকাশত 
তুমিয়ে মোৰ জোন
তোমাতকৈ মোৰ আছেনে কোন 
বুকুৰে আপোন
ও মন ভাৱনাৰে আকাশত 
তুমিয়ে মোৰ জোন
তোমাতকৈ মোৰ আছেনে কোন 
বুকুৰে আপোন
সদায় ৰাতি ৰাতি দেখো মই 
তোমাৰে সপোন
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি গলো পৰি গলো
এতিয়া কি কৰো কি কৰো কি কৰো
প্ৰেমতে পৰি গলো পৰি গলো পৰি গলো

No comments:

Post a Comment