Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Wednesday, December 26, 2018

MORI JAAM MORI JAAM | ZUBEEN GARG | ASSAMESE SONG LYRICS


Song: Mori Jaam Mori Jaam
Singer: Zubeen Garg & Khyanmoyur

মৰি যাম মই মৰি যাম
সচাকৈ মই মৰি যাম
তোক নাপালে মাজনি
নিগমে মই মৰি যাম
লিখি যাম মই লিখি যাম
সচাকৈ মই লিখি যাম
তোৰ কলিজাৰ তেজেৰে
চিঠি খনি লিখি যাম
সপেন ভাঙি যাব
আশা হেৰাই যাব
ও তই নাথাকিলে
থাকিম মই কেনেকে
জীয়াই থাকিব নোৱাৰি 
মোৰ জান ঐ
জীয়াই থাকিব নোৱাৰি
জীয়াই থাকিব নোৱাৰি 
মোৰ জান ঐ
জীয়াই থাকিব নোৱাৰি



নেদেখা ঈশ্বৰে কিনো লিখিলে
উকা মোৰ কপালতে
নহব গৈ চাগে মিলন আমাৰে
এইটো জনমতে
ভুল নুবুজিবি অভিশাপ নিদিবি
নোৱাৰো নোবাৰো তোৰ হবলে
নোৱাৰো নোৱাৰো তোৰ হবলে



উকা হৈ এ ৰ'ব মোৰ বুকুখনি
বিষাদ বেদনাই ও খাৱ খুলু খুলি
কোনে নো দিব বুজনি 
মোৰ জান ঐ 
কোনে নো দিব বুজনি
প্ৰেমৰ আয়ুস ৰেখা
ইমান চুটি নিকি
শেষ হ'ব নিকি 
মোৰ এই জীৱনটি
আশানাই তোকে পাবলে মোৰ জান ঐ
আশা নাই তোকে পাবলে
আশানাই তোকে পাবলে মোৰ জান ঐ
আশা নাই তোকে পাবলে

No comments:

Post a Comment