Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Wednesday, December 26, 2018

OKUWA POKUWA BAAT | ZUBEEN GARG | RAJASHREE SAIKIA | ASSAMESE SONG LYRICS


Song: Okuwa Pokuwa Baat
Singer: Zubeen Garg & Rajashree Saikia
Lyrics: Sunit Gogoi
Music: Pallab Talukdar

শনিবাà§°ে আবেলি বেলাত
আমি পাহাà§°à§° কোলাত
আজি নাই নাই মনৰে আত
অকোà§±া পকোà§±া বাট
দিà§Ÿা হাততে হাত
দুটি মনতে লওক মৰমে পাত
শনিবাà§°ে আবেলি বেলাত
আমি পাহাà§°à§° কোলাত
আজি নাই নাই মনৰে আত
অকোà§±া পকোà§±া বাট
দিà§Ÿা হাততে হাত
দুটি মনতে লওক মৰমে পাত
মলয়া আজি মোকে জোকাই নাজাবি
à§°'দালি আজি জুমি জুমি নাচাবি
শনিবাà§°ে আবেলি বেলাত
আমি পাহাà§°à§° কোলাত
আজি নাই নাই মনৰে আত
অকোà§±া পকোà§±া বাট
দিà§Ÿা হাততে হাত
দুটি মনতে লওক মৰমে পাত



নাই নাই নাহিবি বৰষা নাহিবি
পাহাà§°à§° চুà§°াতে বহ
নাই নানাচিবি ৰচকি বিজুলি
গধুলি হোà§±ালৈ à§°'
প্à§°েমৰ গানতে তিতি বুà§°ি à§°'ম
লহৰে লহৰে দুà§Ÿো দুà§Ÿোà§° হম
মুখেà§°ে নোলোà§±া কথাবোà§° চকুà§°ে কও
বুকুত সাঁচি থোà§±া হেপাহ মোà§° পলুà§±াই লও
শনিবাà§°ে আবেলি বেলাত
আমি পাহাà§°à§° কোলাত
আজি নাই নাই মনৰে আত
অকোà§±া পকোà§±া বাট
দিà§Ÿা হাততে হাত
দুটি মনতে লওক মৰমে পাত



লাজুকি জোনাকি 
কাষলে নাহিবি
নিলগে নিলগে à§°ৈ
চাই জুমি জুমি 
আমাà§° মৰম দেখি
জ্বলিব নেলাগে খহ
লাজৰ ওৰনি আজি খুলি থ'
বুকুà§° মৰম বোà§° দুà§Ÿো সলাই লও
আগতে নোপোà§±া মৰমবোà§° সাৱতি লও
মনৰ আধৰুà§±া সপোন সঁচা কৰি লও
শনিবাà§°ে আবেলি বেলাত
আমি পাহাà§°à§° কোলাত
আজি নাই নাই মনৰে আত
অকোà§±া পকোà§±া বাট
দিà§Ÿা হাততে হাত
দুটি মনতে লওক মৰমে পাত
দুটি মনতে লওক মৰমে পাত
দুটি মনতে লওক মৰমে পাত

No comments:

Post a Comment