Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Tuesday, December 18, 2018

SWAG BIHU | DIKSHU | ASSAMESE SONG LYRICS

Song: Swag Bihu
Singer: Dikshu
বিত বিতি বিত বিতি
বৰা ধানৰ চিৰা
ভাল পাইছো ভাল পাইছো
আৰু অকন দিয়া
বিত বিতি বিত বিতি
বৰা ধানৰ চিৰা
ভাল পাইছো ভাল পাইছো
আৰু অকন দিয়া
বিত বিতি বিত বিতি
বৰা ধানৰ চিৰা
ভাল পাইছো ভাল পাইছো
আৰু অকন দিয়া
বিত বিতি বিত বিতি
বৰা ধানৰ চিৰা
ভাল পাইছো ভাল পাইছো
আৰু অকন দিয়া


ঐ চেনি গুৰ নালাগে 
গাখীৰ দৈ নালাগে
মৰমকে অকমান দিয়া
ঐ চেনি গুৰ নালাগে 
গাখীৰ দৈ নালাগে
মৰমকে অকমান দিয়া
মৰমকে অকমান দিয়া
ও মইনা মৰমকে অকমান দিয়া
মৰমকে অকমান দিয়া
মইনা মৰমকে অকমান দিয়া

(বিত বিতি বিত বিতি
বৰা ধানৰ চিৰা
ভাল পাইছো ভাল পাইছো
আৰু অকন দিয়া) |3|




চাৰিআলিৰ মুৰতে
কোনে মাত লগালে
কোন নো আছিলে তাই
চকুতে চকু থৈ অপৰাধ কৰিলো
সেয়েহে ধৰিলে তাই
শ্ৰীকৃষ্ণ গোঁসায়ে গোপিকে ভুলালে
বাহৰে বাঁহীতি বাই
বুকুৰে কথাতি চকুৰে কলেও
আমাকহে বুজোতা নাই
ঐ কাষলে চাপি গৈ কি বুলি মাতোগৈ
ভনী এ বুলুনে বাই
যাবও নোৱাৰো ৰ'ব ও নোৱাৰো
নিলগৰে পৰা চাই
মৰম কৰি চাৱ মন যায়
ও মইনা মৰম কৰি চাৱ মন যায়
মৰম কৰি চাৱ মন যায়
ও মইনা মৰম কৰি চাৱ মন যায়

(বিত বিতি বিত বিতি
বৰা ধানৰ চিৰা
ভাল পাইছো ভাল পাইছো
আৰু অকন দিয়া) |4|


ও যৌৱন কিনো বাৰু জানিব খোজোতে
মৰমে চিকুতি চায়
কেঁচাকৈ কলিজা মেৰিয়াই বান্ধিলে
বুৰুতে ল'লাহি ঠাই
দুখনি বুকুৱে যদিহে বিচাৰে 
মৰমত অপৰাধ নাই
ইশ্বৰে কৰিলে তাকে মিলাবলে
আমি কৰিলেহে দায়
যতেই বা নাথাকো নেদেখা পাখিৰে
মনে ধপলিয়াই যায়
তোমাৰে ঠিকনাত যামেই সপোনেও 
উৰি গৈ তোমাকে পাই
মৰম কৰি চাৱ মন যায়
ও মইনা মৰম কৰি চাৱ মন যায়
মৰম কৰি চাৱ মন যায়
ও মইনা মৰম কৰি চাৱ মন যায়

(বিত বিতি বিত বিতি
বৰা ধানৰ চিৰা
ভাল পাইছো ভাল পাইছো
আৰু অকন দিয়া) |4|

No comments:

Post a Comment