Assamese Songs Lyrics

A premier Blog for Assamese Songs Lyrics

Sunday, August 11, 2024

Odhikar Song Lyrics | Tanmoy Saikia & STANNiUM | OLONGKAAR | Assamese Songs Lyrics

তোমাৰ বাদে দেহা নাই আন কাৰোৰ প্ৰেমৰ অধিকাৰ🌹 Audio Credits : Lyrics/ Composition/ Vocals :- Tanmoy Saikia Music/ Mixing & Mastering :- STANNiUM

 তুমি অহা বাটেৰে গোলাপ ফুলে

তাতে ৰ’দৰ পোহৰ হয় 

মৰমে ৰ’দালি আনে

তুমি অহা বাটেৰে গোলাপ ফুলে

তাতে ৰ’দৰ পোহৰ হয় 

মৰমে ৰ’দালি আনে


যিমান চালেও তোমাক হেঁপাহ নপলাই

কোনেও দিব নোৱাৰে মৰম মোৰ সমান

তোমাৰ বাদে দেহা

নাই আন কাৰো 

প্ৰেমৰ অধিকাৰ 

প্ৰেমৰ অধিকাৰ

প্ৰেমৰ অধিকাৰ

প্ৰেমৰ অধিকাৰ


মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা

নিচিন্ত থাকা মই চাই থাকিম তোমাক আকাশৰ পৰা

মৃত্যু যদি আছে লিখা কোনে ৰখাব কোৱা

নিচিন্ত থাকা মই চাই থাকিম তোমাক আকাশৰ পৰা

অজস্ৰ মৰমৰ বিকল্পনো কি ?

আমাৰ দুয়োৰ কাহিনী

অপূৰ্ণ আবেগৰ বেদনাৰ চিঠি ল’বানে তুমি বুটলি?

তোমাৰ বাদে দেহা

নাই আন কাৰো 

প্ৰেমৰ অধিকাৰ

প্ৰেমৰ অধিকাৰ

প্ৰেমৰ অধিকাৰ

প্ৰেমৰ অধিকাৰ

No comments:

Post a Comment